Chanakya Niti in Assamese

BMV Group

Chanakya Niti in Assamese

Education
  • 0.00
(0 投票)

免费安装

100

应用安装

Android 4.4+

最低版本

带广告

广告

03.07.2021

发布日期

最近更改:

Read Chanakya Niti in Assamese with Original Sanskrit Verse (Online/Offline Mode)

描述:

আচার্য চাণক্য (খ্ৰীষ্টপূৰ্ব ৩৭০-২৮৩) প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু (শিক্ষক), দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল । প্ৰচণ্ড শক্তিশালী নন্দ বংশৰ শাসন উৎখাত কৰি সম্ৰাট অশোকৰ পিতামহ চন্দ্ৰ গুপ্ত মৌৰ্যক ভাৰতৰ শাসন ক্ষমতাত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁৰেই মূল অৱদান আছিল।

এই এপত আচার্য চাণক্যৰ গ্ৰন্থ সংগৃহীত বহু মূল্যৱান নীতিসমূহ সন্নিবিষ্ট কৰা হৈছে।


Chanakya was an ancient Indian teacher, philosopher, economist, jurist and royal advisor. He is traditionally identified as Kauṭilya or Vishnugupta, who authored the ancient Indian political treatise, the Arthashastra. He destroyed the Nanda dynasty and made Chandragupta Maurya, the grandfather of King Ashoka as the king.

In this app, all the important principles written by Acharya Chanakya on his books are listed along with the original Sanskrit slokas.

BMV Group 其他应用

下载