Poduli পদূলি : Shopping App fo

Dee Tech Solution

Poduli পদূলি : Shopping App fo

خرید
  • 0.00
(0 رای)

نصب رایگان

500

نصب ها

Android 4.0+

نسخه حداقل

با تبلیغات

تبلیغات

01.01.1970

تاریخ انتشار

توضیحات:

পদূলি হৈছে কেইজনমান লক্ষীমপুৰৰ উদ্যমী যুৱকৰ সন্মিলিত প্ৰয়াসৰ নাম। সাম্প্ৰতিক দেশৰ অসুস্থ বাতাবৰণে সকলো লোককে ঘৰৰ ভিতৰতে ৰাখিবলৈ বাধ্য কৰিছে। সেয়েহে ঘৰৰ প্ৰয়োজনীয় সকলো সামগ্ৰী পদূলিমুখত উপলব্ধ কৰাই হৈছে পদূলিৰ মূলমন্ত্ৰ। তদুপৰি আমাৰ অনতিপলমে আহি থকা পদূলি নামৰ ৱেবছাইটত আৰু বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। আহক আমি সকলোৱে একত্ৰিত হৈ পথাৰ আৰু বজাৰ থলুৱাৰ হাতলৈ অনাৰ এই বিনম্ৰ প্ৰয়াসক সঁহাৰি জনাওঁ।

Dee Tech Solution برنامه های دیگر

دانلود